BreakingNews

অসমত কেন্সাৰৰ ডিজিটেল চিকিৎসা আৰম্ভ

Sentinel Digital Desk

অসমত কেন্সাৰৰ ডিজিটেল চিকিৎসাৰ বাবে ৰাজ্যিক কেন্সাৰ চিকিৎসালয়ত দেওবাৰে ডিজিটেল ইনফৰমেচন নাৰ্ভ চেণ্টাৰ উদ্ধোধন কৰা হয়। এই ডিজিটেল ইনফৰমেচন নাৰ্ভ চেণ্টাৰটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পতালত টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই উদ্ধোধন কৰে। এই চেণ্টাৰটো টাটা ট্ৰাষ্টে টাটা কনচালটেন্সি চাৰ্ভিচৰ সহযোগত স্থাপন কৰে।