BreakingNews

এনআৰচি কেলেংকাৰি এজনক আটক

Sentinel Digital Desk

যোৱা শনিবাৰে মঙলদৈৰ আৰক্ষী থানাৰ পৰিৰ্দশক নিৰঞ্জন বৰুৱাৰ সহযোগত এনআৰচি বংশবৃক্ষ পৰীক্ষাৰ বিভাগত কৰ্মৰত এগৰাকী ব্যক্তিক ৪,০০০ টকা ঘোচ লোৱাৰ অভিযোগত আটক কৰে ।