BreakingNews

কবিতা কৌশিকৰ আলিবাগত কটোৱা কিছুমান সুন্দৰ মূহৰ্ত্তৰ ফটো

Sentinel Digital Desk

'চাব' চেনেলৰ এফ আই আৰৰ অভিনেত্ৰী কবিতা কৌশিকে পতী ৰনিত বিশ্বাসৰ সৈতে আলিবাগত ফুৰিবলৈ গৈছে।ইনষ্টাগ্ৰামৰ যোগেদি প্ৰকাশ কৰিছে কিছু সুন্দৰ ফটো।