BreakingNews

চৰকাৰী পেঞ্চন সংস্থাই নাগৰিকত্ব সংশোধনী বিল ২০১৬ৰ বিৰোধিতা

Sentinel Digital Desk

কোকৰাঝাৰ জিলাৰ চৰকাৰী পেঞ্চন সংস্থাই নাগৰিকত্ব সংশোধনী বিল ২০১৬ৰ বিৰোধিতা কৰে।কোকৰাঝাৰ জিলাা শাখাৰ চৰকাৰী পেঞ্চন সংস্থাৰ শিলাধৰ ব্ৰহ্মা আৰু সভাপতি চন্দন নাৰ্জাৰীয়ে এই নাগৰিকত্ব বিল খন অসাংবিধানিক আৰু ই অসম চুক্তিৰ বিৰুদ্ধে বুলি মত প্ৰকাশ কৰে ।