BreakingNews

তৃতীয় শক্তিৰ উচতনিত দকমকা কান্ড হ'ল : সোনোৱাল

Sentinel Digital Desk

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল যোৰহাটত অনুষ্ঠিত জনসম্পৰ্কাৰিক অভিযানত উপস্হিত হৈ ডকমকা কান্ডৰ অভিযুক্ত সকলক কঠোৰ হাতেৰে দমন কৰা কথা জনাই কয় যে এই কান্ড তৃতীয় শক্তিৰ উচতনিত সংঘটিত হৈছে।তেওঁ অভিযানৰ লগত সংগতি ৰাখি যোৰহাটৰ বিশিস্ত ব্যক্তিসকলৰ লগত বাৰ্তালাপত মিলিত হয়।