BreakingNews

পঞ্চম শৰৎ মহন্তৰ বক্তৃতা অনুষ্ঠান

Sentinel Digital Desk

শিক্ষাবিদ,ৰাজনৈতিক বিশ্লেষক আৰু লেখক ড° অৰূপ জ্যোতি চৌধুৰীয়ে শিৱসাগৰ ক'লেজৰ প্ৰেক্ষাগৃহত পঞ্চম শৰৎ মহন্তৰ বক্তৃতা অনুষ্ঠানত অহা ১৮জুনত বক্তৃতা প্ৰদান কৰিব।'সংস্কৃতি আৰু সম্পদৰ প্ৰসংগৰে অসমীয়া জাতীয় জীৱন'ৰ ওপৰত বক্তৃতা প্ৰদান কৰিব।