BreakingNews

বি এস এন এলৰ কৰ্মচাৰী দুজনৰ মৃত্যু

Sentinel Digital Desk

বি এস এন এলৰ দুজন কৰ্মচাৰী ব'লেৰ' এখনত আহি থকা অৱস্থাত এক ভয়ানক পথ দূৰ্ঘটনাত থিতাতে নিহত হয়।তিতাবৰ গড়ঁ আলী বি এস এন এল কলনী লিচুবাৰীৰ পৰা আহি থকা ব'লেৰ' খনে কণ্ট্ৰল হেৰুৱাই এপিডিচিএলৰ পাৱাৰ পষ্ট এটাত খুন্দা মাৰে ।