শিক্ষাবিদ তথা সাহিত্যিক ড° প্ৰফুল্ল কটকীৰ যোৱা মঙলবাৰে হাস্পতালত মৃত্যু ঘটে।কটকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আছিল।