BreakingNews

ম'বাইল চোৰ আটক

Sentinel Digital Desk

ঝাৰখণ্ডৰ ম'বাইল চোৰৰ দল এটাক মহানগৰী আৰক্ষীয়ে আটক কৰে ।যোৱা দেওবাৰে ফটাশিল আমবাৰী আৰক্ষীয়ে ফটাশিল আমবাৰীৰ কলনী বজাৰৰ পৰা ম'বাইল চুৰ কৰা দলটো সফলতাৰে আটক কৰিবলৈ সক্ষম হয়।আটক কৰা তাৰে এজন হৈছে সন্তোষ পণ্ডিত তাৰোপৰি এই চুৰিকাণ্ডত জড়িত এজন কিশোৰকো আটক কৰে।