BreakingNews

মুখ্যমন্ত্ৰীয়ে গ্ৰহন কৰিব স্বৰ্গদেউ সৰ্বানন্দ সিনহা বঁটা

Sentinel Digital Desk

অহা ২৭মে'ত অনুষ্ঠিত হবলগীয়া সৰ্বানন্দ সিনহা দিৱসত মুখ্যমন্ত্ৰী সোণোৱালে গ্ৰহন কৰিব স্বৰ্গদেউ সৰ্বানন্দ সিনহা বঁটা।২৪মে'ৰ পৰা আই টি আই খেল পথাৰত আৰম্ভ হবলগীয়া মুটক ৰজাৰ কলা-সংস্কৃতিৰে বৰ্ণাধ্য অনুষ্ঠান যেনে লোক সংস্কৃতিৰ নৃত্য মুখৰিত হৈ পৰিব।