BreakingNews

'সমানতা'ৰ বাবে প্ৰয়োজন ন'হয় কোনো ধৰণৰ শিক্ষা:হিমন্ত বিশ্ব শৰ্মা

Sentinel Digital Desk

যোৱা দেওবাৰে নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।এই অনুষ্ঠান মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য তথা গড়কাপ্তানী মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা।সমানতা অৰ্থ শিকিবলৈ লেনিন নাইবা মাৰ্ক্সৰ শিক্ষাৰ প্ৰয়োজন নহয়,বেদ,উপনিষদ আৰু ভাগৱতৰ পৰাই এই জ্ঞান লব পাৰি বুলি মন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে।