BreakingNews

২৪ঘণ্টীয়া চকা বন্ধ

Sentinel Digital Desk

যোৱা সোমবাৰে পেট্ৰল-ডিজেলৰ বৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম মটৰ পৰিবহন সংগঠনে ২৪ঘণ্টীয়া ৰাজ্যজুৰি চকা বন্ধ ঘোষণা কৰে।সমগ্ৰ যান-বাহন থকাৰ বাছ,টেক্সি,ৰিক্সা সকলোবোৰ বন্ধ থাকে।কিন্তু ASTC ৭০০খন বাছ চলিব অনুমতি দিয়াৰ লগতৰ গুৱাহাটীত প্ৰায় ২০০ খন ASTC বাছ চলাচল কৰিব দিয়ে।