অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সভা

অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সভা

ইলোৰা বিজ্ঞান মঞ্চৰ ডুমডুমা বিভাগে হানচৰা চাহ বাগিচাৰ ১০ নং লাইনত অন্ধবিশ্বাসৰ বিৰুদ্ধে এখন সজাগতা সভা অনুস্থিত কৰে। যোৱাবছৰৰ ১৫ আগষ্টৰ দিনা এই লাইনত ডাইনী সন্দেহতৱ এটা দম্পতীক হত্যা কৰা হৈছিল। অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে আয়োজিত এই সভাত বিষয়ববীয়াসকলে বাগানৰ কৰ্মচাৰী সকলে শিক্ষাৰ লগতে সঠিক সা-সুবিধা পোৱাৰ পোষকতা কৰে।

Sentinel Assam
www.sentinelassam.com