আত্মবিশ্বাসী চুইজাৰলেন্ডৰ বিৰুদ্ধে দুৰ্বল কস্তা ৰিকা

আত্মবিশ্বাসী চুইজাৰলেন্ডৰ বিৰুদ্ধে দুৰ্বল কস্তা ৰিকা

বুধবাৰে নিশা অনুস্থিত হবলগীয়া গ্ৰুপ ই'ৰ অন্য এখন খেলত আত্মবিশ্বাসী চুইজাৰলেন্ডৰ মুখামুখি হব।দুখন খেলৰ পৰা ৪ পইন্টেৰে চুইজাৰলেন্ড দ্বিতীয়ত থকা বিপৰিতে কস্তাৰিকা ইতিমধ্যে ৰাচিয়া বিশ্বকাপৰ পৰা বাহিৰ হৈছে।ব্ৰাজিলৰ বিৰুদ্ধে ড্ৰ আৰু চাৰ্বিয়াৰ বিৰুদ্ধে বিজয়ী হোৱা চুইজাৰলেন্ড ফেভাৰেট হিচাপে অৱতীৰ্ন হব।

Sentinel Assam
www.sentinelassam.com