নিলোৎপল অভিজিতৰ মৃত্যুত অ'এছ এ,আমছুৱে জনালে প্ৰতিবাদ

নিলোৎপল অভিজিতৰ মৃত্যুত অ'এছ এ,আমছুৱে জনালে প্ৰতিবাদ

গোলাঘাট আৰু কাৰ্বি-আংলং সংযোগী পথৰ ৰঙাজান আৰু লাৱনঘাটত যোৱা দেওবাৰে অ'কিয়া সেনা অসম আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই কাৰ্বি-আংলংত ঘটি যোৱা ঘটনাৰ সন্দৰ্ভত লগতে অপৰাধীক উচিত শাস্তিৰ প্ৰদানৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com