প্ৰতিবাদ অব্যাহত নাগৰিকত্ব বিল বাতিলৰ

প্ৰতিবাদ অব্যাহত নাগৰিকত্ব বিল বাতিলৰ

ডিব্ৰুগড় জিলাৰ ছাত্ৰ ইউনিয়নৰ লগত সাংবাদিক সংগঠন,জিলা সাহিত্য সভা,কৰ্মচাৰী পৰিষদ,বয়োজ্যষ্ঠ মহিলা নাগৰিক সংগঠন,ভিন্ন জাতি সংগঠন,ছাত্ৰ-ছাত্ৰী লগ হৈ এক বিশাল জনসমাগমৰে ৰেলী উলিয়াই নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com