পৰীক্ষা প্ৰশ্নকাকতৰ নাটনি

পৰীক্ষা প্ৰশ্নকাকতৰ নাটনি

যোৱাকালি অনুষ্ঠিত হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লিখিত পৰীক্ষাৰ বাবে প্ৰশ্নকাকতৰ নাটনি হোৱাত ৰঙিয়াত ছাত্ৰ-ছাত্ৰী সকলে হাহাঁকাৰৰ সন্মুখীন হবলগীয়া হয়। যাৰ বাবে পৰীক্ষাৰ সময় পিছুৱাব লগীয়াও হয় ।মুঠ ৬০৮ জন ছাত্ৰ-ছাত্ৰীৰ বাবে কেৱল ২৪৮ খন প্ৰশ্নকাকতহে প্ৰেৰণ কৰে ।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com