বৃদ্ধি পাব এম এ লে,মন্ত্ৰী সকলৰ দৰমহাৰ লগতে অন্যান্য

বৃদ্ধি পাব এম এ লে,মন্ত্ৰী সকলৰ দৰমহাৰ লগতে অন্যান্য

অসমৰ জনপ্ৰতিনিধি সকলৰ দৰমহাৰ লগতে অন্যান্য যেনে,ভ্ৰমণ বনাছ,দৰমহা বৃদ্ধিৰ বাবে সংসদত তিনিখনকৈ বিল পাছ হৈছে। এম এ লে আৰু মন্ত্ৰী-আমোলা সকলৰ ১,৬০,০০০ৰ পৰা ১,৮০,০০০ লৈ বৃদ্ধি হব। ইয়াৰ উপৰিও বিধান সভাত ভ্ৰমণ বনাচৰ বাবদত তেলৰ দাম প্ৰতি লিটাৰত ৮ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি কৰিবলৈ প্ৰস্তাৱ গ্ৰহন কৰে ।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com