মাৰিয়াম লঙৰী বিজয়ী 'চানচিল্ক মেগা মিছ নৰ্থ ইষ্ট'

মাৰিয়াম লঙৰী বিজয়ী 'চানচিল্ক মেগা মিছ নৰ্থ ইষ্ট'

যোৱা শনিবাৰে মাছখোৱাৰ আই টি এ কালচাৰেল কমপ্লেক্সত অনুষ্ঠিত হোৱা চানচিল্ক মেগা মিছ নৰ্থ ইষ্ট'ৰ বিজয়ী অৰুনাচলৰ মাৰিয়াম লঙৰীয়ে বিজয়ী খিতাপ লাভ কৰে।আনহাতে নগালেণ্ডৰ চুৰিলা আৰু অসমৰ জ্যোতিস্মিতা বৰুৱাই দ্বিতীয় আৰু তৃতীয় খিতাপ লাভ কৰে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com