NH38 blockade by students of Digboi College

Students of Digboi College and Digboi Women College staged road #blockade over NH38 in #Digboi over the state government plan to turn The @Assam Women's University,Jorhat into a technical institute.

ৰাজ্য চৰকাৰে যোৰহাটৰ আগশাৰী মহিলা বিশ্ববিদ্যালয় খন বন্ধ কৰি কাৰীকৰি কলেজ খোলাৰ যি সিদ্ধান্ত গ্ৰহন কৰিছে এই সিদ্ধান্তই সমগ্ৰ ৰাজ্যৰ শিক্ষাৰ্থী সকলে প্ৰতিবাদৰ অংশ স্বৰূপে আজি তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্থ কৰে

Sentinel Assam
www.sentinelassam.com